Friday, September 28, 2012

ধূসৰিত আকাশৰ তীব্র আক্রোশক নেওঁচি, ঐ লাজুকী আহিন কিয়নো আহিলি তই ? কঁপা কঁপা উঁঠেৰে দুবৰিবোৰ চুমিলি, প্রেমিক কবিৰ বুকুতো আঁকিলি বিষাদৰে ছবি !

No comments:

Post a Comment