Kobita
Friday, September 28, 2012
ধূসৰিত আকাশৰ তীব্র আক্রোশক নেওঁচি, ঐ লাজুকী আহিন কিয়নো আহিলি তই ? কঁপা কঁপা উঁঠেৰে দুবৰিবোৰ চুমিলি, প্রেমিক কবিৰ বুকুতো আঁকিলি বিষাদৰে ছবি !

পৰিচয়=> অনিমেষ দত্ত, স্নাতক তৃতীয় বর্ষৰ ছাত্র, চি কে বি কমার্চ কলেজ, যোৰহাট ! যোগাযোগ=> টীয়ক, যোৰহাট
Home
Subscribe to:
Posts (Atom)