Kobita
Friday, September 28, 2012
ধূসৰিত আকাশৰ তীব্র আক্রোশক নেওঁচি, ঐ লাজুকী আহিন কিয়নো আহিলি তই ? কঁপা কঁপা উঁঠেৰে দুবৰিবোৰ চুমিলি, প্রেমিক কবিৰ বুকুতো আঁকিলি বিষাদৰে ছবি !
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment